ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানক আটক।
বঙাইগাঁৱৰ যোগীঘোপাত আটক ইউটিউবাৰজনক।
যোগীঘোপাৰ চটপাৰাত শ্বুটিং চলি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে মুস্তাফিজুৰক।
জিলা শিশু সুৰক্ষা বিষয়াই মুস্তাফিজুৰৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ।
অনুমতিবিহীনভাৱে শিশুক ব্যৱহাৰ কৰি ভিডিঅ’ প্ৰস্তুত কৰাৰ অভিযোগ ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে।
সম্প্ৰতি আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে মুস্তাফিজুৰক।
