ষ্টাফ ৰিপোৰ্টাৰ: ব্লেকমেইলিঙৰ একাধিক গোচৰত জেলত সোমোৱা আৰ টি আই কৰ্মী দুলাল বৰাৰ ঘৰত পুনৰ উচ্ছেদ। কইনাধৰাৰ পিছত এইবাৰ ৰুক্মিণীগাঁৱৰ অট্টালিকা ভাঙি চূৰমাৰ কৰিলে প্ৰশাসনৰ বাহিনীয়ে।