ডিজিটেল ডেস্ক: আৰৱ সাগৰত দুৰ্ঘটনাত পতিত হৈছে ভাৰতী বায়ু সেনাৰ এখন মিগ-২৯ বিমান । খবৰ অনুসৰি প্ৰশিক্ষন দি থকা অৱস্থাত সংঘটিত হয় যুদ্ধবিমানখন দুৰ্ঘটনাত পতিত হয়।
২৬ নৱেম্বৰত সংঘটিত এই বিমান দুৰ্ঘটনাৰ পিছত এগৰাকী পাইলটক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও আন এজন এতিয়াও সন্ধানহীন হৈ আছে। ।
