৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত অপ্ৰীতিকৰ ঘটনা ৷
আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ, শিলগুটিৰে আক্ৰমণ একাংশৰ ৷

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ ৷
আগ-পাছ নাভাবি একাংশই আইন হাতত ল’বলৈয়ো যেন কুণ্ঠাবোধ নকৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে আৰক্ষীৰ বাহনৰ লগতে আন কেবাখনো বাহনত থকা একাংশ লোকক আক্ৰমণ কৰা হয় ৷
অৱশ্যে বৰ্তমানলৈকে কোনো লোকে আৰক্ষীক অভিযোগ দিয়া নাই !
