আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন ড্ৰাগছ আসক্ত যুৱকৰ

288

তামুলপুৰ জিলাত ড্ৰাগছ ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা এজন যুৱক শুকুৰবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ড্ৰাগছ আসক্ত গ্ৰেপ্তাৰ কৰা যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ অনাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বুলি সূত্ৰই জনায়।

অভিযুক্ত জনৰ নাম জুমা ব্ৰহ্ম।

ইফালে, আৰক্ষীয়ে অভিযুক্তৰ সন্ধান উলিয়াবলৈ আৰম্ভ কৰিছে অভিযান।