শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৪৫ বজাত ডিগবৈস্থিত ৩নং গাড়োবাল ৰেজিমেণ্টৰ সেনা শিবিৰত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাটোক লৈ ‘সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)’য়ে স্বীকাৰোক্তি দিয়ে।
এক প্ৰেছ বিজ্ঞপ্তিযোগে সংগঠনটোৱে কয় যে, ২২ জানুৱাৰীত ডিগবৈত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ কাণ্ড সংঘটিত কৰিছিল।