আয়ুৰ্বেদ হেলথ অ্যান্ড পাৰ্চনাল কেয়াৰ ব্র্যান্ড লৈ আহিছে ইমুনিটি বুষ্টাৰ

102

আয়ুৰ্বেদ হেলথ অ্যান্ড পাৰ্চনাল কেয়াৰ ব্র্যান্ড ‘ছিয়ন নিউট্ৰি ইণ্ডিয়া প্ৰাইভেট লিমিটেডে’ বিশ্বব্যাপী মহামাৰী কোভিড – ১৯ ৰ সময়ত লৈ আহিছে ৰোগ ইমুনিটি বুষ্টাৰ ‘ছিয়ন অৰ্গেনিক স্পিৰুলিনা’, ‘এনটি-এক্সিডেণ্ট ট্যাব’, ‘আয়ুশৱাথ’, মহিলা সকলৰ বাবে ‘শি-ব্যালেন্চেড’ আৰু পুৰুষৰ বাবে ‘এক্স-জিল’। এইয়া মুখ্যত মৰিঙ্গো, আমলা, গুডুচি, হৰিতকি, তুলসী আদিৰে তৈয়াৰ কৰা হয় যি মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ছিয়ন নিউট্ৰি ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক শ্ৰীমতী ভাভেকা গেলানীয়ে কয়, আমি গ্ৰাহকৰ স্বাস্থ্য ভাল ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কোভিড – ১৯ হৈছে এক মহামাৰী আৰু এই সময়ত মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিমানে শক্তিশালী হব, তিমানে শৰীৰে ভাইৰাছ আৰু বিভিন্ন সংক্ৰমণৰ সৈতে যুঁজিব পাৰিব।