আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে আজি শপত গ্ৰহণ কৰিব জ’ বাইডেনে । ৪৬ সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত ল’ব জ’ বাইডেনে ৷
উপ-ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰিব ভাৰতীয় মূলৰ কমলা হেৰিছে ৷ ভাৰতীয় সময়মতে নিশা ১০ বজাত অনুস্থিত হ’ব শপত গ্ৰহণ অনুস্থান ৷