আমিনগাঁৱত সপত্নীক ভোটদান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

72

আজি ৰাজ্যত নির্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ।কামৰূপৰ জালুকবাৰী সমষ্টিত পুৱাৰে পৰা আৰম্ভ হয় ভোট গ্ৰহণ প্রক্রিয়া ।পুৱাৰে পৰা ভোটাৰ সকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দীঘলীয়াকৈ  শাৰী পাতে।51 নং জালুকবাৰী  B. J. P. দলৰ মিত্রজোটৰ প্রার্থী তথা মন্তী ড, হিমন্ত বিশ্ব শর্মা, তেওৰ পত্নী ৰিনিকি ভূঞা শর্মা আৰু পুত্ৰ নন্দিলে ভোটাধিকাৰ সাব্যস্ত কৰে সমষ্টিৰ আমিনগাঁও বেঙ্গলী হাইস্কুল ভোট কেন্দ্ৰত ।