আমগুৰি সমষ্টিৰ দিখৌমুখত বিপদসংকুল যাতায়াত

191

ৰাজ্যত বিভিন্ন সময়ত সংঘটিত নাও দুৰ্ঘটনাৰ পৰাও শিক্ষা লোৱা নাই প্ৰশাসন অথবা জল পৰিবহণ বিভাগে

আমগুৰি সমষ্টিৰ দিখৌমুখত বিপদসংকুল যাতায়াত

গুৱাল গাঁও পাৰাঘাটত দিখৌ নদীত মাৰ-নাৱেৰে অব্যাহত আছে যাতায়াত

ভৰা দিখৌ নদীৰ বুকুৱেদি দৈনিক কেইবা শতাধিক লোকে যাতায়াত কৰে

কোনো ধৰণৰ লাইফ জাকেটৰ ব্যৱস্থা নকৰাকৈ অতি বিপদসংকুলভাৱে ইপাৰ সিপাৰ হয় যাত্ৰীসকল

শিৱসাগৰ জিলা প্ৰশাসনৰ গুৰুত্বহীনতা আৰু জল পৰিবহণ বিভাগৰ অকমণ্যতাৰ বাবে যিকোনো সময়তে সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা

আমগুৰি সমষ্টি আৰু শিৱসাগৰ সমষ্টিৰ সংযোগস্থল বিশেষকৈ দিখৌমুখ অঞ্চলৰ লগতে স’ৰাগুৰি, গটঙা, কোঁৱৰপুৰ, দিচাংমুখকে ধৰি অৰ্ধ-শতাধিক গাঁৱৰ কেইবাধিক লোকে দৈনিক গুৱাল-গায়েন গাঁও ঘাটেৰেই ইপাৰ-সিপাৰ হয়।

শিৱসাগৰ জিলা প্ৰশাসনক যাত্ৰীসকলে ঘাটটোত লাইফ জাকেটৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।