আপুনি আপোনাৰ লগত পোহনীয়া জন্তু ৰাখে নেকি

70

আপুনি আপোনাৰ লগত পোহনীয়া জন্তু ৰাখে নেকি?

যদি ৰাখে তেন্তে সাৱধান হওক আপুনি।

মেকুৰী,কুকুৰ লগত ৰখা সকল সাৱধান হওক!

গাহৰি,গৰু,ছাগলী,ব্ৰইলাৰ পালকসকলো সাৱধান হওক!

পোহনীয়া জীৱ-জন্তুৰ পৰা মানৱ দেহলৈ বিয়পিছে ভয়ংকৰ ভাইৰাছ।

পুনৰ দেশত পোহৰলৈ আহিছে ‘নিপাহ’ ভাইৰাছৰ সংক্ৰমণ।

এই ভাইৰাছকলৈ চিন্তিত হৈ পৰিছে দেশৰ স্বাস্থ্য বিভাগ।

এই ৰোগ প্ৰতিৰোধৰ বাবে এতিয়ালৈ ওলোৱা নাই কোনো প্ৰতিষেধক।

আপুনি কি দৰে ধৰা পেলাব এই ৰোগ?

আপোনাৰ অতিপাত জ্বৰ, প্ৰচণ্ড মূৰৰ বিষ হ’লেই যাওক চিকিৎসকৰ ওচৰলৈ।

উশাহ লোৱাত কষ্ট,বুকুৰ বিষ,পেটৰ বিষ আদি সকলো এই ভাইৰাছৰ প্ৰাথমিক লক্ষণ।

আপোনাৰ ইয়াৰ বাহিৰেও বদহজম আৰু বমি হ’ব পাৰে।