আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই গৃহিণীলৈ বিশেষ উপহাৰ কেন্দ্ৰৰ। হ্ৰাস পালে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো চিলিণ্ডাৰত ১০০টকাকৈ ৰেহাই। টুইটাৰযোগে ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।