কলকাতাত বিজেপি যোগদান কাৰ্যসূচী ৷ আদিত্য বিৰলা গ্ৰুপৰ উপ-সভাপতি ৰঞ্জন বেনাৰ্জীয়ে বিজেপিত যোগদান কৰে ৷
‘ৰাইজৰ হকে সেৱা জনাবলৈ মোক সুবিধা প্ৰদান কৰাৰ বাবে মই বিজেপিত ধন্যবাদ জ্ঞাপন কৰিছো ৷’- যোগদান কাৰ্যসূচীত এই মন্তব্য প্ৰদান কৰে জ্য়েষ্ঠ উপ-সভাপতিগৰাকীয়ে ৷
