আদানীয়ে বিনিয়োগ কৰিলে ২কোটি টকা

326

মুকেশ আম্বানীক অতিক্ৰম কৰি পুনৰ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে স্বীকৃতি পালে গৌতম আদানীয়ে। তাৰ মাজতে আদানী গ্ৰুপে গুজৰাটত বিপুল পৰিমাণৰ ধন বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে।

বুধবাৰৰ পৰা গুজৰাটৰ গান্ধীনগৰত পৰা আৰম্ভ হৈছে ভাইব্ৰেণ্ট গুজৰাট ছামিত-২০২৪। এই ছামিটত অংশগ্ৰহণ কৰিয়েই আদানীয়ে এই ঘোষণা কৰিছে।