ষ্টাফৰিপৰ্টাৰ, পথাৰো আমাৰ, বজাৰো ,আমাৰস্বাৱলম্বীতাৰে অসমৰ অৰ্থনীতি সবল কৰাৰ উদ্দ্যেশে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক স্বনিৰ্ভৰশীল কৰিবলৈ চলোৱা “পথাৰো আমাৰ, বজাৰো আমাৰ” শীৰ্ষক কাৰ্য্যসূচীত আজি চামিল হ’ল যুৱ প্ৰজন্মৰ হাৰ্ডথ্ৰৱ, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ। আজি দিনৰ ১২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ শিল্পীগৰাকীয়ে খানাপাৰাৰ আধুনিক কচাইখানা, কুকুৰা পোৱালী উৎপাদন প্ৰকল্প, গাহৰী পাম আৰু সোনাপুৰৰ দানা প্ৰস্তুতকৰণ প্ৰকল্প, দুগ্ধ পাম আমাৰ সৈতে পৰিদৰ্শন কৰে। জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গ এনে আন্তৰিক প্ৰচেষ্টাই যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীলতাৰ দিশে আগৱাঢ়ি যোৱাত সহায় কৰিব বুলি আশাবাদী উদ্যোক্তাসকল।
Latest article
স্কোডা অটো ইণ্ডিয়াই মুকলি কৰিব কাইলাক : সংপৃক্ত এছইউভি বজাৰত এক বৃহৎ চমক
স্কোডা অটো ইণ্ডিয়াই সম্পূৰ্ণ নতুন কমপেক্ট এছইউভি কাইলাকখন ২০২৪ৰ ৬ নৱেম্বৰত বিশ্বজুৰি প্ৰিমিয়াৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই মুকলিয়ে ভাৰতত নিজৰ পদচিহ্ন সম্প্ৰসাৰণৰ বাবে...
নিজ্জৰৰ অভিযোগৰ প্ৰতিশোধ স্বৰূপে ভাৰতে বহিষ্কাৰ কৰিছে ৬ কানাডিয়ান কূটনীতিবিদক
ভাৰতে ২০২৩ৰ জুন মাহত খালিস্তানৰ সমৰ্থক হৰদীপ সিং নিজ্জৰ হত্যাৰ সৈতে ভাৰতীয় কূটনীতিবিদক জড়িত কৰি কানাডাৰ অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত ষ্টুৱেৰ্ট ৰছ হুইলাৰকে...
ইডিৰ গুৱাহাটী কাৰ্যালয়ত অভিনেত্ৰী তামান্না ভাটিয়াক সোধা-পোছা
বৃদ্ধি পাইছে বলিউড অভিনেত্ৰী তামান্না ভাটিয়াৰ বিপদ। অভিনেত্ৰীগৰাকী মহাদেৱ বেটিং এপ গোচৰৰ সৈতে সাঙুৰ খাই পৰিছে। সেয়ে অভিনেত্ৰীগৰাকীক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) গুৱাহাটীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে...