আজি ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল ৰিপুণ বৰাৰ।
৪৩গৰাকী বিৰোধী বিধায়কক লগত লৈ মনোনয়ন দাখিল কৰিলে ৰিপুণ বৰাই।
কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক সমৰ্থন জনাইছে এআইইউডিএফ আৰু আন বিৰোধী দলে।
অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।
অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হব এই নিৰ্বাচন।
আজি মনোনয়ন দাখিলৰ অন্তিম দিন।