আজি মেট্ৰিকৰ ফলাফল ঘোষণা:কোন কেইটা ৱেবচাইটৰ সহায়ত চাব পাৰিব ফলাফল

270

আজি মেট্ৰিকৰ ফলাফল ঘোষণা হ’ব।
পোৱা প্ৰায় ১০বজাৰ লগে লগে পৰীক্ষাৰ্থীসকলে লাভ কৰিব ৰিজাল্ট।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উপলব্ধ হ’বলগীয়া ৱেবচাইট সমূহ হ’ল- results.sebaonline.org
resultsassam.nic.in
www.indiaresults.com
www.results.shiksha
www.assam.shiksha
www.assamonline.in
www.schools9.com
https://iresults.net
assamjobalerts.com
assamresult.in
necareer.com
www.jagranjosh.com
www.vidyavision.com
উল্লেখযোগ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪১৯৮৮৭ গৰাকী।
ইয়াৰে ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী।