আজি মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব ৰংঘৰ প্ৰকল্প। ন-ৰূপত উদ্ভাসিত হ’ব ৰংঘৰৰ বাকৰি। ঐতিহ্যমণ্ডিত ৰংঘৰ চৌহদৰ কৰা হ’ব সৌন্দৰ্যবৰ্ধন। প্ৰায় ৮০ বিঘা চৌহদত নিৰ্মাণ হ’ব এম্ফিথিয়েটাৰ। এম্ফিথিয়েটাৰত থাকিব ৩ হাজাৰ আসন। জলাশয়কে ধৰি সন্নিৱিষ্ট হ’ব বহু অত্যাধুনিক সা-সুবিধা।
Latest article
ব্যতিক্রম আয়োজিত আন্তঃৰাষ্ট্ৰীয় লেখক সমাৰোহৰ সফল সমাপ্তি
প্রবল উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে যোৱা ২২ নবেম্বৰৰ পৰা ২৫ নৱেম্বৰ লৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তত সফলভাবে অনুষ্ঠিত হ'ল ব্যতিক্রম আন্তঃৰাষ্ট্রীয় লেখক সমাৰোহ। অসমৰ...
কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বেগুচৰাইত মুকলি কৰিলে বিহাৰৰ সৰ্ববৃহৎ বস্ত্ৰ প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে আজি বিহাৰৰ বেগুচৰাইত উন্মোচন কৰিলে জীৱিকা দিদি প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰ, যি কেন্দ্ৰ বস্ত্ৰ খণ্ডৰে জড়িত গ্ৰাম্য মহিলাসকলক শক্তিশালী...
হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে সাজু হৈছে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ
বিহুৰ পাছতেই এইবাৰ হাজাৰ হাজাৰ যুৱক- যুৱতীয়ে সাৰ্বজনীনভাৱে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃৃত্য। অসমৰ ৮০০ খন চাহ বাগিচাৰ যুৱক-যুৱতীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। এডভান্টেজ...