আজি মহা কুম্ভমেলাৰ দ্বিতীয়টো দিন

15

মহাকুম্ভ মেলাৰ আজি দ্বিতীয়টো দিন ৷ মকৰ সংক্ৰান্তিৰ দিনাৰ পুৱা পবিত্ৰ সংগম স্থলীত স্নান কৰিবলৈ দেশ-বিদেশৰ পৰা অহা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ৷মহাকুম্ভ মেলাৰ আজি দ্বিতীয়টো দিন ৷ মকৰ সংক্ৰান্তিৰ দিনাৰ পুৱা পবিত্ৰ সংগম স্থলীত স্নান কৰিবলৈ দেশ-বিদেশৰ পৰা অহা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ৷বৈদিক জ্যোতিষৰ মতে পুহ মাহৰ পূৰ্ণিমা শুক্ল পক্ষক সূৰ্য ভগৱানৰ মাহ বুলি কোৱা হয় । এই মাহত সূৰ্য দেৱতাক পূজা কৰি মানুহে মোক্ষ লাভ কৰে বুলি জনবিশ্বাস আছে ।
সোমবাৰে মহাকুম্ভত প্ৰায় ১.৬৫ কোটি ভক্তৰ সমাগম হোৱা দেখা যায় । ইয়াৰ পিছত মঙলবাৰে অৰ্থাৎ আজি মকৰ সংক্ৰান্তিৰ দিনা পবিত্ৰ সংগম স্থলীত স্নান কৰিবলৈ ভক্তসকল অধীৰ হৈ থকা পৰিলক্ষিত হয় ।