আজি বিশ্ব কৰ্কট দিৱস

4

আজি সমগ্ৰ বিশ্বত পালন কৰা হৈছে বিশ্ব কৰ্কট দিৱস। এই দিৱসৰ উদ্দেশ্য হৈছে জনতাক ইয়াৰ বিষয়ে সজাগ কৰা।প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীৰ দিনটোত বিশ্ব কৰ্কট দিৱস পালন কৰা হয়। কৰ্কট ৰোগৰ প্ৰতি জনতাক সজাগ কৰায়ে হ’ল এই দিৱসৰ উদ্দেশ্য। আজিৰ দিনটো বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত হোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে কেনেকৈ যুঁজিব পাৰি তাক লৈ জনতালৈ বাৰ্তা প্ৰেৰণ কৰা হয়।