আজি পৱিত্ৰ মহালয়া

264

আজি পৱিত্ৰ মহালয়া।দেশৰ বিভিন্ন প্ৰান্তৰ লগতে তিতাবৰটো মহালয়া উপলক্ষে ভিৰ কৰিলে সহস্ৰ জনে ।লোক বিশ্বাস অনুসৰি আজিৰ দিনটোতে মা দূর্গা স্বৰ্গৰ পৰা মত্য লৈ নামি আহে।উল্লেখযোগ্য যে ৰাতি 2 বজাৰ পৰাই সহস্ৰাধিক জনসাধাৰণৰ ওলাই আহিল ৰাজপথত । পূজা পূজা লগা এটা পৰিবেশ পৰিলক্ষিত হ’ল সমগ্র তিতাবৰত। বিভিন্ন দুৰ্গা পূজা সমিতি সমূহৰ ব্যতিক্ৰমী প্ৰয়াসত আয়োজন কৰা হৈছে মহালয়া।