আজি ত্ৰিপুৰাৰ প্ৰধান বিৰোধী দল তিপ্ৰামথাৰ শপত। ৰাজভৱনত পুৱা ৯ বজাত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। NDAত যোগদান কৰিলে তিপ্ৰামথাই। তিপ্ৰামথাৰ সিদ্ধান্তৰ পাছতে মাণিক সাহাৰ মন্ত্ৰীসভাত সালসলনি। মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব তিপ্ৰামথাৰ ২ বিধায়ক। মন্ত্ৰীসভাত স্থান লাভ অনিমেষ দেৱবৰ্মা, বৃষকেতু দেৱবৰ্মাৰ। ৩ মাৰ্চত দিল্লীত সম্পন্ন হৈছিল ত্ৰিপাক্ষিক চুক্তি।
