আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা চাৰে দহ বজাত ঘোষণা হ’ব ফলাফল। ১০ টাকৈ ৱেবচাইটত প্ৰকাশ পাব ফলাফল।
ফলাফলৰ বাবে ছেবাই মুকলি কৰা ১০টা ৱেবছাইটকেইটা হ’ল-
https://sebaonline.org
resultsassam.nic.in
www.indiaresults.com
www.results.shiksha
exametc.com
www.schools9.com
assamresult.in
www.jagranjosh.com
www.assam.shiksha
www.vidyavision.com
