আজি কেৰিয়াৰৰ প্ৰথমখন টেষ্ট খেলিব দেৱদত্ত পডিক্কলে। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত আত্মপ্ৰকাশ কৰা পঞ্চমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ পডিক্কল । ইতিমধ্যে শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্টত টচত জিকি প্ৰথমে বেটিং কৰিছে ইংলেণ্ডে।