আজি আৰু কাইলৈ বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা।
সাগৰীয় ঘূৰ্ণি ৰেমলৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা কামৰূপ জিলা প্ৰশাসনৰ।
লগতে আন সকলো বিভাগীয় জাহাজৰ চলাচল বন্ধৰ নিৰ্দেশনা।
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পাছতে সতৰ্কতা প্ৰশাসনৰ।