Skip to content
আজিৰে পৰা ৰাজ্যৰ ২৫খন জিলাতে বন্ধ থাকিব বিদ্যালয়ৰ পাঠদান।অষ্টম শ্ৰণীলৈকে পাঠদান বন্ধ থাকিব বিদ্যালয় সমূহত।১০০তকৈ অধিক কোৰোণা আক্ৰান্ত জিলাত বন্ধ থাকিব বিদ্যাল়য়।কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, শোণিতপুৰ, নগাঁও, তিনিচুকীয়াত বন্ধ থাকিব বিদ্যালয়।যোৰহাট, বৰপেটা, কাছাৰ, কাৰ্বি আংলং, গোলাঘাট, দৰং, হোজাই, বঙাইগাঁৱতো বন্ধ বিদ্যালয়।নলবাৰী, শিৱসাগৰ, কৰিমগঞ্জ, গোৱালপাৰা, কোকৰাঝৰ, ধেমাজি, চিৰাং, লখিমপুৰ, মৰিগাঁও, ধুবুৰী, বিশ্বনাথতো পাঠদান বন্ধ।কামৰূপ মেট্ৰতো বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, হোষ্টেল, কোছিং চেণ্টাৰ সকলো বন্ধ।এটা দিনতে ১০০০ৰো অধিক লোক কোৰোনাত আক্ৰান্ত হোৱা বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
Like this:
Like Loading...