আজিৰে পৰা কাৰ্যকৰী FASTagৰ নতুন নিয়ম

79

আজিৰে পৰা কাৰ্যকৰী FASTagৰ নতুন নিয়ম।

FASTag নথকা বাহনে ভৰিব লাগিব দুগুন টোলকৰ।

সলনি কৰিব লাগিব ৫ বছৰ পুৰণি FASTag।

আপডেট কৰিব লাগিব ৩ বছৰীয়া FASTagৰ KYC।

নতুন নিয়ম অনুসৰি বাহনৰ পঞ্জীয়ন নম্বৰ আৰু চেছিছ নম্বৰ FASTagৰ সৈতে লিংক কৰিব লাগিব আৰু গাড়ীৰ সন্মুখ আৰু কাষৰ ফটো আপলোড কৰিব লাগিব।