আজিৰে পৰা আৰম্ভ হৈছে ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন।
তামুলপুৰৰ কচুবাৰীত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ অধিৱেশন।
বড়ো সাহিত্য সভাৰ অধিৱেশনত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি, ৰাজ্যপাল, চিকিম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী।
৩ দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই অধিৱেশন।
অধিৱেশনত অংশগ্রহণ ল’বলৈ ৪ মে’ত অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।
