আজিৰে পৰা আৰম্ভ জোনবিল মেলা

77

পাহাৰ-ভৈয়ামক একতাৰ এনাজৰীৰে বান্ধি ৰখা জোনবিল মেলা আজিৰে পৰা জাগীৰোডৰ সমীপৰ জোনবিলত অনুষ্ঠিত হৈছে ৷

গোভা ৰজাৰ দিনৰে পৰা চলি অহা এই জোনবিল মেলালৈ অহা প্ৰত্যেক গৰাকী ব্যক্তিয়ে মানি চলিব লাগিব ক’ভিড প্ৰট’কল ৷ এই জোনবিল মেলাই এতিয়াও আমাৰ সমাজত বিনিময় প্ৰথাটো ধৰি ৰাখিছে ৷