আকাশ চুবৰ মন’ৰ উদ্যোগত বানপীড়িত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান

89

ষ্টাফৰিপৰ্টাৰ, ফেচবুক পেজ ‘আকাশ চুবৰ মন’ৰ উদ্যোগত
বানপীড়িত ৰাইজৰ সকাহৰ বাবে সকলোকে নিজৰ সামৰ্থ্য অনুযায়ী কিছু সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে আগ্ৰহী সকলক barmanh46@gmail.com ত অথবা ৭৫৭৮৮৬৪৪৮৯ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে। ইয়াৰ জৰিয়তে সংগ্ৰহ কৰা ধনৰাশি ‘আকাশ চুবৰ মন’ ৰ সদস্য সকলে বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে আগবঢ়াব বুলি জানিবলৈ দিছে।