ষ্টাফৰিপোৰ্টাৰ, ২২ মে’: আকাশমাৰ্গৰ পৰা আমফানৰ ধ্বংসলীলা চালে মোদী-মমতাই। একেখন হেলিকপ্টাৰত উঠি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ২৪ পৰগনাৰ বছিৰহাটত নামি প্ৰশাসনীয় বিষয়াৰে প্ৰধানমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীৰ ১০০০ কোটি টকাৰ সাহায্য ঘোষণা পশ্চিমবংগত।পশ্চিমবংগত ঘূৰ্ণী বতাহ আমফানত ৮০ জনৰ মৃত্যু হয়। বহু বছৰৰ পাছত হোৱা ভয়ংকৰ ঘূৰ্ণী সমীক্ষাৰ বাবে কেন্দ্ৰৰ দল পশ্চিমবংগলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াৰ স্বাভিমান ফুলাম গামোছা খন ডিভিত মেৰিয়াই লৈ আকাশ মাৰ্গৰ পৰা এই ধ্বংসলীলা পৰ্যবেক্ষণ কৰে।
Latest article
দেশত ৱাকফৰ আছে ৯.৪ লাখ একৰ ভূমি
বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়কখন লোকসভাৰ পিছত ৰাজ্যসভাত গৃহীত হয়। বিধেয়কখনক ইউনাইটেড ৱাকফ মেনেজমেণ্ট এমপাৱাৰমেণ্ট, এফিচিয়েন্সি এণ্ড ডেভেলপমেণ্ট এক্ট, ১৯৯৫ বুলি কোৱা হয়। নতুন...
আজাৰাত বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত পেন্সন আদালত সম্পন্ন
মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওত থকা সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ) ৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ত আজি দিনযোৰাকৈ পেন্সন আদালত অনুষ্ঠিত হয়। সিদিনা...
বিশ্ব স্বাস্থ্য দিৱস : উন্নত পুষ্টিৰ বাবে আলমণ্ডৰ উপকাৰিতাৰ ওপৰত বিশেষজ্ঞসকলৰ বিশেষ আলোকপাত
ভাৰতে ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱসৰ বাবে সাজু হোৱাৰ সময়ছোৱাত পুষ্টি আৰু স্বাস্থ্যসন্মত জীৱনশৈলীৰ পছন্দৰ ওপৰত চৰ্চা চলিছে। বিশেষজ্ঞ আৰু তাৰকাসকলে হৃদৰোগৰ অৱস্থা, ওজন...