আই আই টি গুৱাহাটীৰ বিশেষজ্ঞৰ আশংকা

83

ষ্টাফৰিপোৰ্টাৰ, ১৪ মে’: পৰিস্থিতি একেদৰে থাকিলে এই মাহৰ শেষলৈ দেশত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ডেৰ লাখলৈ। পৰিস্থিতি অধিক শোচনীয় হ’লে চাৰে ৫ লাখ আক্ৰান্ত হ’ব পাৰে। চলিত মাহৰ শেষৰ ফালে ভয়াৱহ গণ সংক্ৰমণৰ আশংকা ব্যক্ত কৰিছে আই আই টি গুৱাহাটীৰ বিশেষজ্ঞই।