আইএএছৰ বাবে প্ৰস্তুতি শিক্ষাৰ্থীসকলক সহায়ৰ বাবে আগবাঢ়িছে চনু সুদ।

173

আইএএছৰ বাবে প্ৰস্তুতি শিক্ষাৰ্থীসকলক সহায়ৰ বাবে আগবাঢ়িছে চনু সুদ। অসামৰিক সেৱা পৰীক্ষাৰ (ইউপিএছচি) বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে প্ৰশিক্ষণ বৃত্তি দিয়াৰ সিদ্ধান্ত লৈছে। অভিনেতাজনে নিজেই এই তথ্য তেওঁৰ সামাজিক মাধ্যম একাউণ্টত পোষ্ট কৰিছিল। এক টুইটযোগে তেওঁ কয় যে আইএএছ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ তেওঁ এক নতুন আঁচনি আৰম্ভ কৰিছে।