অৱশেষত নিলম্বিত হ’ল গোৱালপাৰাৰ DFO জিতেন্দ্ৰ কুমাৰ। ৰাজ্যপালৰ অনুমোদনমৰ্মে বন আৰু পৰিৱেশ বিভাগৰ সচিবে এক নিৰ্দেশযোগে নিলম্বন কৰে DFOগৰাকীক। উল্লেখ্য যে গোৱালপাৰাত ব্যাপক হাৰত হৈছিল বনধ্বংস, কিছুদিন পূৰ্বে বনমাফিয়াৰ আক্ৰমণত নিহত হৈছিল বনকৰ্মী। ইয়াৰ বাবেই বন বিষয়াগৰাকীক কৰা হ’ল নিলম্বন।
