অৱশেষত জামিন পালে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে৷ নাইডুলৈ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ৷ গ্ৰেপ্তাৰৰ ৫২ দিন পাছত স্বাস্থ্যজনিত কাৰণত TDPৰ মুৰব্বী নাইডুলৈ জামিন৷ দক্ষতা বিকাশ আঁচনিৰ কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল নাইডুক৷