অৰুণাচল প্ৰদেশৰ দেওমালিত অঘটন। গছ পৰি দুজনকৈ শ্ৰমিকৰ থিতাতে মৃত্যু। নিহত বৰডুমছাৰ মিনাকান্ত দেউৰী, দলেন্দ্ৰ দেউৰী। গুৰুতৰভাৱে আহত হৈছে ৫ জনকৈ লোক। আহতকেইজনক AMCHত ভৰ্তি। অইলৰ ছাৰ্ভে কোম্পানীত কৰ্মৰত আছিল শ্ৰমিককেইজন। কৰ্তব্যৰত অৱস্থাতে গাত বাগৰি পৰে প্ৰকাণ্ড গছ। ঘটনাক লৈ অইলৰ ছাৰ্ভে কোম্পানীটোৱে অৱহেলা কৰাৰ অভিযোগ।
