অৰুণাচলৰ কিশোৰক অপহৰণ ৰঙা চীনৰ

85

ৰঙা চীনে এইবাৰ সংঘটিত কৰিলে অপহৰণৰ কাণ্ড। চীনৰ এগৰাকী কিশোৰক চীনে অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সদ তাপিৰ গাঁওয়ে।

অৰুণাচলৰ সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি চীনা আৰ্মীয়ে চিয়াং জিলাৰ মিৰাম তৰোন নাম এগৰাকী ১৭ বছৰীয়া কিশোৰক অপহৰণ কৰিছে। লুঙ্গতা জোৰ এলেকাৰ পৰা চীনা সেনাই অপহৰণ কৰে কিশোৰজনক।

সেই সময়ত উক্ত স্থানত উপস্থিত থকা কিশোৰগৰাকীৰ সমনীয়াই এই তথ্য আৰক্ষীৰ আগত সদৰি কৰা বুলি সাংসদগৰাকীয়ে দাবী কৰিছে।

শেহতীয়াকৈ সাংসদগৰাকীয়ে কিশোৰগৰাকীক চীনৰ পৰা মুকলি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান কৰিছে।