কৰ’নাত আক্ৰান্ত হোৱা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। মঙলবাৰে স্বাৱ টেষ্টৰ ফলাফল নিগেটিভ ফলাফল আহে। জ্বৰৰ লগতে কাহতো আক্ৰান্ত হৈছিল কেজৰিৱাল। ঘৰতে আইছ’লেশ্যনত আছিল দিল্লীৰ মুখ্যমন্ত্ৰীজন।