অস্কাৰ বিজয়ী কোৰিয়ান অভিনেতা লী চান-কিউৰ মৃত্যু

325

অস্কাৰ বিজয়ী কোৰিয়ান অভিনেতা লী চান-কিউৰ মৃত্যু। নিজৰ বাহনত মৃতদেহ উদ্ধাৰ অভিনেতাগৰাকীৰ। ৪৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ লী চান-কিউৰ। নিষিদ্ধ ড্ৰাগৰ সেৱনৰ অভিযোগত তদন্ত চলি আছিল অভিনেতাগৰাকীৰ বিবিৰুদ্ধ ।