অসম-মিজো সীমান্তত বিএছএফ জোৱান মোতায়েন কৰিব চৰকাৰে…

77

ডিজিটেল ডেস্ক: অসম-মিজোৰাম সীমান্তত মিজোৰ বৰ্বৰতা অব্যাহত থকাত বৰ্তমানেও উত্তেজনা অব্যাহত আছে৷ ইয়াৰ মাজতে বিশেষ সুত্ৰে লাভ কৰা খবৰ মতে, অসম-মিজোৰাম সীমান্তত বিএছএফ জোৱান মোতায়ন কৰিব মিজোৰাম চৰকাৰে৷

উত্তেজনা অব্যাহত থকাৰ মাজতে মিজোৰামৰ চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত৷ সীমান্তৰ পৰা মিজোৰাম আৰক্ষী প্ৰত্যাহাৰ কৰি BSF মোতায়ন কৰিব বুলি জানিব পৰা গৈছে৷