অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দিন ঘোষণা…

163

অহা ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিবেশন।

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ইতিমধ্যে ৰাজ্যৰ বিধানসভাত বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হ’ব বুলি উল্লেখ কৰিছে।

‘অসমৰ বিপৰ্যয়জনক বানপানী সন্দৰ্ভত সমাগত বিধানসভা অধিৱেশনত আলোচনা কৰা হ’ব বুলিও কয় কুৰ্মীয়ে।

শৰৎকালীন অধিবেশনৰ সময়সীমা নিৰ্ধাৰণ কৰিব এ এল এৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিয়ে।