অসমৰ জোঁৱাই হ’ল প্ৰখ্যাত অভিনেতা আশীষ বিদ্যাৰ্থী।
অসমৰ জীয়াৰী ৰূপালী বৰুৱাৰ সৈতে সম্পন্ন হ’ল অভিনেতগৰাকীৰ বিবাহ।
বৃহস্পতিবাৰে কলকা্তাৰ এটা ক্লাবত ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে সম্পন্ন হয় আশীষ বিদ্যাৰ্থীৰ বিবাহ।
বিয়াৰ পিছত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দুয়োৰে ফটো।
অতি কম সংখ্যক লোকৰ উপস্থিতিত অনুষ্টুপীয়াকৈ এই বিয়াৰ আয়োজন কৰে তেওঁলোকে।
