ষ্টাফৰিপোৰ্টাৰ, ১৮ এপ্ৰিল :: কৰ’না ভাইৰাছৰ ফলত ৰাজ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ “অসম আৰোগ্য নিধিলৈ ” বিভিন্ন জনে বৰঙণি আগবঢ়াই আহিছে। সেই অনুসৰি সুন্দৰপূৰ নামঘৰ সমিতিয়েও ৰাজ্যচৰকাৰে গঠন কৰা অসম আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকাৰ বৰঙণি চেক যোগে ১০ এপ্ৰিলত আগবঢ়ায়।