অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো জোৱানক নিলম্বন

68

অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো জোৱানক নিলম্বন৷

বিপদত পৰিল অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো পাপৰি কলিতা

অনলাইন জুৱাৰ এপ প্ৰচাৰ কৰাৰ বাবে বিপদত পৰিল এতিয়া পাপৰি কলিতা ওৰফে কুঁহি

সামাজিক মাধ্যমত জনপ্ৰিয়তা অৰ্জন কৰিছিল পাপৰি কলিতাই।

অনলাইন জুৱাৰ এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগত নিলম্বন কৰা হৈছে পাপৰি কলিতাক।

পাপৰি কলিতাই এটা ইউটিউব চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিছিল এটা জুৱাৰ এপৰ।

ন্যায়ালয়ত দাখিল হোৱা PILৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে গৃহ বিভাগে।