অসম আৰক্ষীৰ আন এক সফলতা।এইবাৰ কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে বিএছএফ, চি আৰ পি এফ আৰু আৰক্ষীৰ অভিযান।উল্লেখযোগ্য যে দুটা পৃথক অভিযানত ৪৩ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে অভিযানকাৰী দলে। ইয়াৰে ৰামনগৰ বাইপাছত বিএছএফ আৰু তাৰাপুৰ আৰক্ষীৰ অভিযানত ৩০ হাজাৰ টেবলেট জব্দ কৰা হয়।
