অসমৰ সংস্কৃতিৰ ওপৰত চৌদিশৰ পৰা আক্ৰমণ !

270

অসমৰ সংস্কৃতিৰ ওপৰত চৌদিশৰ পৰা আক্ৰমণ !
মিঞা মিউজিয়াম বিতৰ্ক শেষ নহওতেই এইবাৰ অসমীয়াৰ স্বাভিমান ‘গামোচাৰ’ ওপৰত একাংশ কলিকতীয়া বঙালীৰ আক্ৰমণ !
অসমীয়াৰ হিয়াৰ আঁ‌মঠু গামোচাৰ ওপৰত মদৰ বটল সজাই মদ্যপান কৰি এই সকল কলিকতীয়াৰ সামাজিক মাধ্যমত অট্টহাস্য !
উল্লেখ্য যে আটাইকেইজন ব্যক্তি উচ্চ শিক্ষিত আৰু মেডিচিন কোম্পানীত উচ্চ পদবীত কৰ্মৰত ! আনহাতে কৰ্মসূত্ৰে এই সকল ব্যক্তি প্ৰায় অসমলৈ আহে আৰু গামোচাখন যে অসমীয়া সংস্কৃতিৰ অন্যতম ধ্ব্জ্জা সেই কথা এই সকল ব্যক্তিয়ে অতি ভালকৈ জানে !
ইয়াৰে ‘বিশ্বজৎ দাস’ আৰু ‘অভ্ৰ মুখাৰ্জী’ Universal Nutriscience চমুকৈ UNS আৰু ‘প্ৰান্তিক ঘোষ’ Pharmed Limited নামৰ মেডিচিন কোম্পানীত উচ্চ পদবীত কৰ্মৰত ! উল্লেখ্য যে বিশ্বজিৎ দাস নামৰ কলিকতীয়া ব্যক্তিজন Pharmed Limited নামৰ মেডিচিন কোম্পানীৰ Area Manager হিচাপে বহু বছৰ ধৰি গুৱাহাটী হেড কোৱাৰ্টাৰ হিচাপে লৈ চাকৰি কৰি আহিছে !
কলিকতীয়া এচাম বঙালীৰ অসমীয়াৰ সংস্কৃতিৰ ওপৰত এয়াই প্ৰথম আক্ৰমণ নহয় ! ইয়াৰ আগতেও বহুবাৰ অসমীয়াৰ স্বাভীমান আৰু সত্তাক ইচ্ছাকৃত আৰু ক্ৰমাগত ভাবে আক্ৰমণ কৰি আহিছে একাংশ কলিকতীয়া বঙালীয়ে !
অসমীয়া জাতিৰ এই সন্ধিক্ষণত পুনৰবাৰ গামোচাৰ ওপৰত কৰা আক্ৰমণে ভৱিষৎতৰ বহু অশুভ ইংগিত বহন কৰিছে !