অসমৰ বাবে এক ভাল খবৰ

289

অসমৰ বাবে এক ভাল খবৰ। কিয়নো নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মোদী 3.0 মন্ত্ৰীসভাত স্থান লাভ কৰিছে অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰী হিচাপে স্থান লাভ কৰিছে অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাই। অসমৰ সৰ্বানন্দ সোণোৱালৰ পিছতেই এইবাৰ মোদী মন্ত্ৰীসভাত পবিত্ৰ মাৰ্ঘেৰিটাৰ স্থান লাভে ৰাজ্যিক বিজেপিৰ বাবেও কঢ়িয়াই আনিছে এক সুখবৰ। এক নিৰ্ভৰযোগ্য সূত্ৰই এই মুহূৰ্তত নিশ্চিত কৰিছে এই খবৰ।