ষ্টাফৰিপৰ্টাৰ, ৰাষ্ট্ৰীয় মিডিয়াত স্থান নোপোৱা অসমৰ বান পৰিস্থিতিক লৈ বি বি চিত বাতৰি প্ৰচাৰ কৰা হ’ল। খ্যাতনামা অভিনেতা আদিল হুছেইনে বৰ্ণনা দিলে অসমৰ বান সমস্যাৰ। অসম সন্তান গৰাকীয়ে জন্মে সূত্ৰে অসমত দেখা বানৰ ভয়াবহ সমস্যাৰ বৰ্ণনা কৰে।