অসমৰ পৰা বিদায় ল’লে IPS আনন্দ মিশ্ৰই…

306

অসম এৰিলে আই পি এছ বিষয়া আনন্দ মিশ্ৰই।

অসম এৰি বিহাৰলৈ IPS বিষয়া আনন্দ মিশ্ৰ।

শীঘ্ৰেই বিহাৰ কেডাৰত যোগদান কৰিব আৰক্ষী বিষয়াগৰাকীয়ে।

অসম-মেঘালয় কেডাৰ এৰি বিহাৰ কেডাৰলৈ আনন্দ মিশ্ৰ।

ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন কৰিছিল মিশ্ৰই।

তাৰ পাছতেই এন অ চি দিলে অসম চৰকাৰে।

বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ AIGPৰ দায়িত্বত আছে মিশ্ৰ।