“অসমীয়া হ’বলৈ অসমীয়া ভাষা-সংস্কৃতিৰ জ্ঞান থাকিব লাগিব”

113

‘গৌৰৱ গগৈ ফেচবুকৰ এংলো-আছামিজ নায়ক’।

অসমীয়া হ’বলৈ অসমীয়া ভাষা-সংস্কৃতিৰ জ্ঞান থাকিব লাগিব।

মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।

গৌৰৱ গগৈৰ অসমীয়া ভাষাক লৈ চৰম তাচ্ছিল্য মন্ত্ৰীগৰাকীৰ।